প্ৰথম অসম বিধান সভা(১৯৫২-১৯৫৭)ত মুছলমান আছিল ১৫ গৰাকী, দ্বিতীয় বিধান সভা (১৯৫৭-১৯৬২)ত ১৫ গৰাকী , তৃতীয় অসম বিধান সভা (১৯৬২-১৯৬৭)ত ১৪ গৰাকী , চতুৰ্থ অসম বিধান সভা(১৯৬৭-১৯৭২)ত ২০ গৰাকী , পঞ্চম অসম বিধান সভা(১৯৭২-১৯৭৮)ত ২১ গৰাকী , ষষ্ঠ অসম বিধান সভা (১৯৭৮-১৯৮৩)ত ২৮ গৰাকী, সপ্তম অসম বিধান সভা(১৯৮৩-১৯৮৫)ত ৩৩ গৰাকী, অষ্টম অসম বিধান সভা (১৯৮৫-১৯৯০)ত ২৫ গৰাকী, নৱম অসম বিধান সভা(১৯৯১-১৯৯৬)ত ২৪ গৰাকী, দশম অসম বিধান সভা(১৯৯৬-২০০১)ত ২৭ গৰাকী, একাদশ অসম বিধান সভা (২০০১-২০০৬)ত ২৬ গৰাকী, দ্বাদশ অসম বিধান সভা(২০০৬-২০১১)ত ২৫ গৰাকী, ত্ৰয়োদশ অসম বিধান সভা (২০১১-২০১৬)ত ২৮ গৰাকী, চতুৰ্দশ অসম বিধান সভাত (২০১৬-২০২১) ৩০ গৰাকী আৰু পঞ্চদশ অসম বিধান সভা (২০২১-বৰ্তমানলৈ) ৩১ গৰাকীকৈ মুছলমান সদস্যক অসমৰ মুছলমান ৰাইজে নিৰ্বাচিত কৰি পঠিয়াছে।
এতিয়া কথা হল ১৯৫২ চনৰ পৰা আজিৰ তাৰিখলৈকে এই যে অসমৰ মুছলমান ৰাইজে এক বৃহৎ সংখ্যক মুছলমান নেতাক বিধান সভাৰ নিৰ্বাচন আহিলেই বিধায়ক হিচাপে নিৰ্বাচিত কৰি অসম বিধানসভা লৈ নিৰ্বাচিত কৰি পঠিয়াই আছে, আপোনালোকৰ মতে সেই নেতা সকলে অসমত থকা মুছলমান সকলৰ বৃহৎ বৃহৎ সমস্যা বাদেই, কেইটা প্ৰাথমিক সমস্যা সমাধান কৰিব পাৰিছে বুলি ভাবে!?
Tags:
Articles
আমাৰ নেতাবোৰ বিধানসভাত যোৱাৰ আগত হিংস পুৰুষ আৰু বিধানসভাত যোৱাৰ পিছত মাও মেও, জাতিৰ বাবে কি আৰু কৰিব।
ReplyDeleteBoriya brother
ReplyDeleteসুন্দৰ পদক্ষেপ
ReplyDeleteXundor likhoni ... Anedore Aguwai jaouk Tare kamona korilu
ReplyDeleteধুনীয়া
ReplyDeleteধুনীয়া
ReplyDeleteKeep up bro......
ReplyDeleteWell. Keep it up
ReplyDeleteবঢ়িয়া
ReplyDelete❤
ReplyDeleteSending Love ❤️
ReplyDeleteKeep it up bro 🥳
Valuable Information
ReplyDelete